আমেৰিকাৰ আদালতৰ পৰা ইমান সহজে পৰিত্ৰাণ নাপাব আদানী গ্ৰুপে!

️আমেৰিকাৰ পৰা গৌতম আদানীয়ে ৰেহাই পোৱাটো ইমান সহজ নহ’ব! ⏭️আমেৰিকাৰ আদালতৰ পৰা ইমান সহজে পৰিত্ৰাণ নাপাব আদানী গ্ৰুপে! ⏭️আদানী গ্ৰুপৰ উত্কোচ দিয়াৰ ঘটনাই সমগ্ৰ বিশ্বতে ভাৰতৰ সু-নাম কলংকিত কৰিলে! ⏭️আমেৰিকাৰ ন্যায় ব্যৱস্থা ইমানো সোপা-ঢিলা নহয় যে তথ্য পাতি অবিহনে ইমান ডাঙৰ অভিযোগ কৰিব পাৰে! ⏭️কথনৰ আজিৰ অতিথি ভাৰতৰ ভিতৰত আটাইতকৈ বেছি আদানীৰ কেলেংকাৰী উদঙোৱা বিশিষ্ট সাংবাদিক পৰঞ্জয় গুহ ঠাকুৰতা

Featured Book: As Author
An Unflattering Story About Ola's Bhavish Aggarwal
Behind the Incredible Rise and Impending Fall of an Indian Unicorn
  • Authorship: Sourya Majumder, Paranjoy Guha Thakurta
  • Publisher: Paranjoy
  • 148 pages
  • Published month:
  • Buy from Amazon
 
Pegasus Deposition

Link of the recording of the 70-minute deposition on 14 February 2022 by Paranjoy Guha Thakurta to the Supreme Court-appointed committee headed by Justice (retired) R V Raveendran on allegations of misuse of the Israeli Pegasus spyware on Indian citizens: https://pegasus-india-investigation.in/depositions/paranjoy-guha-thakurta-statement/