কোনো পৰিস্থিতিতে NDAই ২০১৯ৰ সমান আসন লাভৰ সম্ভাৱনা নাই: পৰাঞ্জয় গুহ ঠাকুৰতা

⏺️নিৰ্বাচনী বণ্ড আৰু বিজেপিৰ দুৰ্নীতি ইপিঠি-সিপিঠি!
⏺️বিজেপিৰ বাবে ২৭০ স্পৰ্শ কৰাটোও হ’ব অতি কঠিন!
⏺️কোনো পৰিস্থিতিতে NDAই ২০১৯ৰ সমান আসন লাভৰ সম্ভাৱনা নাই
⏺️কথনত অনুসন্ধানমূলক সাংবাদিক তথা ৰাজনৈতিক বিশ্লেষক পৰাঞ্জয় গুহ ঠাকুৰতাৰ বিস্ফোৰণ!